Monday, November 9, 2026
23 °c
Guwahati
24 ° Tue
22 ° Wed
Language -
অসমীয়া
  • English

বিনোদন

কঠোৰ স্থিতি লৈছে এইগৰাকী বলীউড অভিনেতাই, ১০০ কোটিৰ মানহানিৰ গোচৰ ৰুজু কৰাৰ ভাবুকি

বলীউডৰ অভিনেতা গোবিন্দই আজিকালি অহৰহ বাতৰিৰ শিৰোনাম দখল কৰিছে। গোবিন্দৰ পত্নী সুনীতা আহুজাই তেওঁৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।...

Read moreDetails

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

প্ৰায় প্ৰতিঘৰতে খাদ্য বনাবলৈ প্ৰেচাৰ কুকাৰ ব্যৱহাৰ কৰা হয়। ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ হ’ল প্ৰেচাৰ কুকাৰত খাদ্য অতি সোনকালে ৰান্ধিব...

Read moreDetails

Oscar 2026: জানক অস্কাৰ বঁটা বিজয়ীৰ সম্পূৰ্ণ তালিকা

২০২৬ চনৰ অস্কাৰ বঁটা লছ ​​এঞ্জেলছত থকা হলীউডৰ বিখ্যাত আইকনিক ডলবি হলত অনুষ্ঠিত হয়। জানুৱাৰী মাহত ৯৮ সংখ্যক একাডেমী বঁটাৰ...

Read moreDetails

ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

শেহতীয়াকৈ বলীউডৰ অভিনেত্ৰী আডা শৰ্মাই তেওঁৰ কেৰিয়াৰত প্ৰভাৱ পেলোৱা এক কৰুণ অভিজ্ঞতা প্ৰকাশ কৰিছে। তেওঁৰ ছবি "দ্য কেৰেলা ষ্ট'ৰী"ৰ সফলতাৰ...

Read moreDetails

ঈশান কিষানৰ সৈতে এই ‘ৰহস্যময়ী যুৱতী’ কোন? মেচখনৰ পিছতে ভাইৰেল হৈ পৰে ৰোমান্টিক ফটো…

২০২৬ চনৰ টি-২০ বিশ্বকাপ জয় কৰি ক্ৰিকেট ইতিহাসত আন এক সোণালী অধ্যায় সংযোজন কৰিছে ভাৰতে। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত খেলা...

Read moreDetails

ৰূপালী পৰ্দালৈ সঞ্জয় লীলা ভাঞ্চালীৰ নতুন ছবি, সোমনাথ মন্দিৰত সংঘটিত আক্ৰমণৰ কাহিনী উপস্থাপন

যুগ যুগ ধৰি সোমনাথ মন্দিৰ কেৱল ধৰ্মীয় স্থানতকৈও অধিক আমাৰ সভ্যতাৰ অদম্য সাহসৰ প্ৰতীক হৈ আহিছে। এই ছবিখনৰ বাবে কেতন...

Read moreDetails

অমিতাভ বচ্চনৰ সৈতে অভিনয় কৰা এইগৰাকী অভিনেতাত নৃশংসভাৱে হত্যা

তিনি বছৰ পূৰ্বে মুক্তি পোৱা ‘ঝুণ্ড’ ছবিত অমিতাভ বচ্চনৰ সৈতে অভিনয় কৰা অভিনেতা প্ৰিয়াংশু ঠাকুৰক নাগপুৰত অতি নৃশংসভাৱে হত্যা কৰাৰ...

Read moreDetails

অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীয়ে

অৱশেষত ১১ দিনৰ মূৰত নিয়তিৰ ওচৰত হাৰ মানিলে পঞ্জাৱৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা অভিনেতা ৰাজবীৰ যাৱাণ্ডাই। ১১ দিন পূৰ্বে এক দুৰ্ঘটনাত...

Read moreDetails

‘ষ্টুডেণ্ট অফ দ্যা ইয়েৰ ২’ৰ অভিনেতাক গ্ৰেপ্তাৰ; জানক সবিশেষ

‘ষ্টুডেণ্ট অফ দ্যা ইয়েৰ ২’ ছবিখনত টাইগাৰ শ্ৰফ আৰু অনন্যা পাণ্ডেৰ সৈতে একেলগে অভিনয় কৰা অভিনেতা বিশাল ব্ৰহ্মক চেন্নাই বিমানবন্দৰৰ...

Read moreDetails

সেই দিন আৰু নাই… বড়ো জাতিৰ উত্তৰণত নতুন দিগন্ত

জাতিগত দিশত বড়ো জাতিটোৱে নিজৰ অধিকাৰৰ প্ৰশ্ন তুলি যি আন্দোলনৰ সূচনা কৰিছিল সেই দিনবোৰ এতিয়া অতীত। অসম আন্দোলনৰ সেই দিনবোৰৰ...

Read moreDetails
Page 3 of 14 1 2 3 4 … 14