• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, November 10, 2026
23 °c
Guwahati
22 ° Wed
21 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অসম
    • অৰুণাচল প্ৰদেশ
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কৰ্কট ৰোগীৰ বাবে ডাঙৰ সকাহ! অসমত ১৩৭বিধ কৰ্কট ৰোগৰ ঔষধৰ দাম হ্ৰাস, ৯ নৱেম্বৰৰ পৰা নতুন মূল্য

    অসমৰ ১১৫ জোপা গছত বাদুলিৰ অদ্ভুত সংসাৰ! ২৩ প্ৰজাতিৰ গছ চিনাক্ত কৰি চৰ্চাত গৱেষক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মহাৰাষ্ট্ৰত কি হ’ব মুখ্যমন্ত্ৰীৰ সূত্ৰ?

Nation NE by Nation NE
November 26, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
মহাৰাষ্ট্ৰত কি হ’ব মুখ্যমন্ত্ৰীৰ সূত্ৰ?
Share on FacebookShare on TwitterWhatsApp

নিৰ্বাচনৰ ফলাফলৰ ৪৮ ঘণ্টাৰ পাছতো মহাৰাষ্ট্ৰত মুখ্যমন্ত্ৰী সন্দৰ্ভত এই স্থবিৰতা অব্যাহত আছে। য’ত সিন্দে সেনাৰ সমৰ্থকসকলে নিজৰ বক্তব্যৰে মুখ্যমন্ত্ৰীৰ আসনখন একনাথ সিণ্ডেৰ ফালে টানিবলৈ চেষ্টা কৰিছে।

একে সময়তে বিজেপি সমৰ্থকে কৈছে যে এই আসনত ফাড়নবিছৰ প্ৰথম অধিকাৰ আছে। ইয়াৰ পিছতে অজিত গোটৰ সমৰ্থকসকলেও নিজৰ দাবী লৈ খেলপথাৰলৈ আহিছে।

বিশ্বাস কৰা হৈছে যে, মহাৰাষ্ট্ৰৰ নেতাসকলে বিজেপিৰ সভাপতি জে পি নাড্ডা আৰু গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিব পাৰে আৰু এই বৈঠকতে মুখ্যমন্ত্ৰীৰ সূত্ৰৰ সিদ্ধান্ত লোৱা হ’ব পাৰে।

সূত্ৰ অনুসৰি ৫ বছৰৰ কাৰ্যকালত তিনিওজন নেতা অৰ্থাৎ দেৱেন্দ্ৰ ফাড়নবিছ, একনাথ সিণ্ডে আৰু অজিত পাৱাৰ এজন এজনকৈ মুখ্যমন্ত্ৰী হ’ব পাৰে। সূত্ৰ হ’ব ২-২-১। অৰ্থাৎ বিজেপিৰ প্ৰাৰ্থী দুবছৰ মুখ্যমন্ত্ৰী, শিৱসেনাৰ প্ৰাৰ্থী দুবছৰ আৰু এন চি পিৰ প্ৰাৰ্থী এবছৰ।

আমোদজনক কথাটো হ’ল- এতিয়ালৈকে বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱা নাই আনহাতে একনাথ সিণ্ডে আৰু অজিত পাৱাৰ নিজ নিজ দলৰ নেতা হিচাপে নিৰ্বাচিত হৈছে। আন এক গুৰুত্বপূৰ্ণ কথা হ’ল, ৰাজ্যিক বিধানসভাৰ কাৰ্যকাল ২৬ নৱেম্বৰত শেষ হ’ব। এনে পৰিস্থিতিত মহাযুতীৰ হাতত চৰকাৰ গঠনৰ বাবে সময় আৰু বিকল্প কম।

এন চি পি অজিত ফৈদৰ নেতা তথা সাংসদ প্ৰফুল্ল পেটেলে কয় যে- তেওঁলোকে এটা দল হিচাপে কাম কৰিছে আৰু তিনিওটা দলে সমানে সফলতা লাভ কৰিছে। গতিকে কোনো বিবাদ বা মত বিৰোধৰ প্ৰশ্নই উত্থাপন নহয়।

আজি ​​অৰ্থাৎ মঙলবাৰে মুখ্যমন্ত্ৰী একনাথ সিণ্ডেয়ে ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিব পাৰিব বুলিও চৰ্চা চলিছে। ইয়াৰ পিছত নতুন চৰকাৰ গঠন নোহোৱালৈকে ৰাজ্যপালৰ দ্বাৰা একনাথ সিণ্ডেক কেয়াৰটেকাৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হ’ব। তাৰ পিছত তিনিওটা ৰাজনৈতিক দলৰ মাজত মুখ্যমন্ত্ৰী সন্দৰ্ভত আলোচনা হোৱাৰ পাছত শপত গ্ৰহণ অনুষ্ঠান হ’ব।

Tags: Chief ministerIndiaMaharashtra

Related Posts

মন্দিৰত সোমাই তাণ্ডৱ! বজৰংবলীৰ ছবিত আ*ক্ৰ*মণৰ লগতে ক’লা ৰঙেৰে বিকৃত ধৰ্মীয় ফলক, চকীদাৰক হ*ত্যাৰ ভাবুকি…
Top News

November 9, 2026
ভাৰতৰ আটাইতকৈ ধনী গাঁওখন ক’ত? ১৭টা বেংকত জমা ৭ হাজাৰ কোটি টকা, বিদেশত থাকে হাজাৰ হাজাৰ গাঁওবাসী…

নেতান্যেহুৰ পিছত ইজৰাইলৰ ক্ষমতাৰ দৌৰত গাডি আইজেনকোট! ভাৰতৰ সৈতে আছে বিশেষ নৌসেনাৰ সংযোগ…

চাৰিওফালে পানীৰে আগুৰি থকা এক আশ্চৰ্যকৰ ধাম! ১০০৮ কলহেৰে কৰা হয় মহাদেৱৰ অভিষেক, দাম্পত্য জীৱনৰ সুখ বিচাৰি ভিৰ কৰে ভক্তই…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

November 9, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

November 9, 2026
Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025