• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, November 9, 2026
23 °c
Guwahati
22 ° Wed
21 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অসম
    • অৰুণাচল প্ৰদেশ
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কৰ্কট ৰোগীৰ বাবে ডাঙৰ সকাহ! অসমত ১৩৭বিধ কৰ্কট ৰোগৰ ঔষধৰ দাম হ্ৰাস, ৯ নৱেম্বৰৰ পৰা নতুন মূল্য

    কৰ্কট ৰোগীৰ বাবে ডাঙৰ সকাহ! অসমত ১৩৭বিধ কৰ্কট ৰোগৰ ঔষধৰ দাম হ্ৰাস, ৯ নৱেম্বৰৰ পৰা নতুন মূল্য

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    অসমৰ ১১৫ জোপা গছত বাদুলিৰ অদ্ভুত সংসাৰ! ২৩ প্ৰজাতিৰ গছ চিনাক্ত কৰি চৰ্চাত গৱেষক…

    অসমৰ ১১৫ জোপা গছত বাদুলিৰ অদ্ভুত সংসাৰ! ২৩ প্ৰজাতিৰ গছ চিনাক্ত কৰি চৰ্চাত গৱেষক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কাইলৈ নিযুক্তি পৰীক্ষা, প্ৰাৰ্থীসকলৰ বাবে ধাৰ্য এইকেইটা নিয়ম

Nation NE by Nation NE
September 28, 2024
in Top News, অসম
0 0
আপুনিও বাৰু ADREত পৰীক্ষাত অৱতীৰ্ণ হ’ব নেকি? তেতিয়াহ’লে পৰীক্ষাৰ্থীসকলে জানি লওঁক এইসমূহ নিয়ম
Share on FacebookShare on TwitterWhatsApp

কাইলৈ অৰ্থাৎ দেওবাৰে, ২৯ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব ৰাজ্যৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা।পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ স্নাতক পৰ্যায়ৰ পদৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ লগতে দিনৰ ১.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ গাড়ীচালক পদৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

আনহাতে কাইলৈ হ’ব ৩য় আৰু ৪ৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবে মানি চলিব লাগিব কেইবাটাও নিয়ম-

  • হাত দীঘল চোলা আৰু জোতা পিন্ধি যাব নোৱাৰিব প্ৰাৰ্থীসকলে
  • প্ৰাৰ্থীসকলক Half sleeve পোছাক আৰু চেণ্ডেল পৰিধান কৰি যাবলৈ নিৰ্দেশ
  • প্ৰাৰ্থীসকলক অনুমতি সাপেক্ষে চলোৱা হ’ব তালাচী
  • তালাচী কৰাত আপত্তি থাকিলে নিৰাপত্তাৰক্ষীক জনাব পাৰিব প্ৰাৰ্থীসকলে
  • পৰীক্ষা আৰম্ভ হোৱাৰ পিছত কোনো প্ৰাৰ্থীকে কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব
  • এডমিট কাৰ্ড অবিহনে পৰীক্ষাকেন্দ্ৰত প্ৰৱেশ কৰিব নোৱাৰিব প্ৰাৰ্থীসকলে
  • পৰীক্ষাৰ্থীসকলে আধাৰ, পানকাৰ্ড বা ড্ৰাইভিং লাইচেন্সৰ দৰে যিকোনো এবিধ প্ৰমাণপত্ৰ নিব লাগিব
  • ভুল উত্তৰ নিৰ্বাচন কৰিলে কৰ্তন কৰা হ’ব আপোনাৰ নম্বৰ
  • এটা প্ৰশ্নৰ বাবে এটাতকৈ অধিক বিকল্প চিহ্নিত কৰিলে নিগেটিভ মাৰ্কিং লাভ কৰিব প্ৰাৰ্থীসকলে
  • OMR শ্বীটত নিৰ্ধাৰিত স্থানতে প্ৰাৰ্থীসকলে ৰাফ ৱৰ্ক কৰিব পাৰিব
  • পৰীক্ষাৰ অন্তত প্ৰাৰ্থীসকলে OMR উত্তৰবহী, প্ৰশ্ন বুকলেট পৰীক্ষকৰ হাতত জমা দিব লাগিব
  • প্ৰাৰ্থীসকলে উত্তৰবহী জমা দিয়াৰ অন্তত ফৰ্ম নং ৮ত স্বাক্ষৰ কৰিব লাগিব
  • পৰীক্ষাৰ্থীসকলে মোবাইলকে ধৰি ইলেক্ট্ৰ’নিক ডিভাইচ লগত লৈ যাব নোৱাৰিব
  • পৰীক্ষাত নকল কৰিলে ১ লাখ টকাৰ জৰিমনা ভৰিব লাগিব
  • পৰীক্ষাত নকল কৰিলে তিনি বছৰ পৰ্যন্ত কাৰাদণ্ড বিহা হ’ব
  • কু-চক্ৰান্তত জড়িত থাকিলে ১০ কোটি টকা পৰ্যন্ত জৰিমনা, ১০ বছৰ পৰ্যন্ত কাৰাদণ্ডৰ ব্যৱস্থা
  • নকল কাৰ্যত থকা বুলি প্ৰমাণিত হ’লে দুবছৰৰ বাবে কোনো নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিব
  • পৰীক্ষণ কেন্দ্ৰৰ সৈতে কু-চক্ৰান্তত জড়িত থকাসকলৰ সা-সম্পত্তি বাজেয়াপ্ত কৰা হ’ব

উল্লেখ্য যে, প্ৰতীক্ষিত এই নিযুক্তি পৰীক্ষাত ৩য় বৰ্গৰ বাবে প্ৰায় ১৮,৫০,০০০ পৰীক্ষাৰ্থীয়ে ১৩,৭০,০০০ গৰাকী প্ৰাৰ্থীয়ে ৪ৰ্থ বৰ্গৰ পদত আবেদন জনাইছে।

আনহাতে নিযুক্তি পৰীক্ষাত নকল কৰা প্ৰশ্নকাকত আগতীয়াকৈ ৰাজহুৱা কৰাকে ধৰি অন্যান্য অসৎ কাৰ্য প্ৰতিৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে অসম লোক পৰীক্ষা, নিযুক্তি প্ৰক্ৰিয়াত অসৎ উপায় প্ৰতিৰোধী ব্যৱস্থা আইন, ২০২৪ ৰূপায়ণ কৰিছে। সেই অনুসৰি নিযুক্তি পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰা লোকক তিনি বছৰৰ পৰা ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড বিহা হ’ব। তদুপৰি সংশ্লিষ্ট লোকজনক ১ লাখৰ পৰা ১০ কোটি টকা পৰ্যন্ত জৰিমনা বিহা হ’ব।

Tags: Assam GovernmentEmploymentRecruitment

Related Posts

মন্দিৰত সোমাই তাণ্ডৱ! বজৰংবলীৰ ছবিত আ*ক্ৰ*মণৰ লগতে ক’লা ৰঙেৰে বিকৃত ধৰ্মীয় ফলক, চকীদাৰক হ*ত্যাৰ ভাবুকি…
Top News

মন্দিৰত সোমাই তাণ্ডৱ! বজৰংবলীৰ ছবিত আ*ক্ৰ*মণৰ লগতে ক’লা ৰঙেৰে বিকৃত ধৰ্মীয় ফলক, চকীদাৰক হ*ত্যাৰ ভাবুকি…

November 9, 2026
ভাৰতৰ আটাইতকৈ ধনী গাঁওখন ক’ত? ১৭টা বেংকত জমা ৭ হাজাৰ কোটি টকা, বিদেশত থাকে হাজাৰ হাজাৰ গাঁওবাসী…
Top News

ভাৰতৰ আটাইতকৈ ধনী গাঁওখন ক’ত? ১৭টা বেংকত জমা ৭ হাজাৰ কোটি টকা, বিদেশত থাকে হাজাৰ হাজাৰ গাঁওবাসী…

November 9, 2026
নেতান্যেহুৰ পিছত ইজৰাইলৰ ক্ষমতাৰ দৌৰত গাডি আইজেনকোট! ভাৰতৰ সৈতে আছে বিশেষ নৌসেনাৰ সংযোগ…
Top News

নেতান্যেহুৰ পিছত ইজৰাইলৰ ক্ষমতাৰ দৌৰত গাডি আইজেনকোট! ভাৰতৰ সৈতে আছে বিশেষ নৌসেনাৰ সংযোগ…

November 9, 2026
চাৰিওফালে পানীৰে আগুৰি থকা এক আশ্চৰ্যকৰ ধাম! ১০০৮ কলহেৰে কৰা হয় মহাদেৱৰ অভিষেক, দাম্পত্য জীৱনৰ সুখ বিচাৰি ভিৰ কৰে ভক্তই…
Top News

চাৰিওফালে পানীৰে আগুৰি থকা এক আশ্চৰ্যকৰ ধাম! ১০০৮ কলহেৰে কৰা হয় মহাদেৱৰ অভিষেক, দাম্পত্য জীৱনৰ সুখ বিচাৰি ভিৰ কৰে ভক্তই…

November 9, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

November 9, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

November 9, 2026
Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025